Breaking

বিবাহ বিচ্ছেদৰ পিছত বহু চলচ্চিত্ৰ তাৰকাৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ,অসহায় হৈ পৰিছিল বহুকেইগৰাকী তাৰকা

0 72

যেতিয়া বলীউডৰ চেলিব্ৰিটিৰ সম্পৰ্ক গঢ় লৈ উঠে, তেতিয়া তেওঁলোকৰ অনুৰাগীৰ সুখৰ কোনো স্থান নাথাকে, আনহাতে যেতিয়া তেওঁলোকৰ সম্পৰ্ক ভাঙি যায় তেতিয়া যন্ত্ৰণা দম্পতীহালৰ সমানেই হয়। বিবাহ বিচ্ছেদৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে চেলিব্ৰিটিসকল সন্মুখলৈ আহে, অৰ্থাৎ তেওঁলোকক চাবলৈ প্ৰতিযোগিতা হয়। বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰৰ বাবে পৰিয়াল আদালতৰ বাহিৰত এনেদৰে হাজিৰ হ’ল ছলমান খানৰ ভাতৃ সোহেইল খান আৰু সীমা। সীমাক বগা টি-চাৰ্ট আৰু ডেনিম জিন্স পিন্ধি ফেচ মাস্ক পিন্ধা দেখা গৈছিল, আনহাতে ছোহেইল খানক ক’লা টি-চাৰ্ট পিন্ধি দেখা গৈছিল।

সঞ্জয় কাপুৰৰ সৈতে যেতিয়া কৰিশ্মা কাপুৰৰ বিবাহ বিচ্ছেদ হৈছিল, তেতিয়া তেওঁক আদালতৰ বাহিৰত দেখা গৈছিল ক্ষোভৰ জুইকুৰাত।

বহু বছৰৰ বিবাহ বিচ্ছেদৰ পাছতো সন্তানৰ বাবে একেলগে থিয় দিয়া দেখা গৈছে হৃতিক ৰোশন আৰু চুছানে খান। বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰৰ বাবে যেতিয়া হৃতিক আৰু চুছানে পৰিয়াল আদালতৰ পৰা ওলাই আহিল, তেতিয়া দুয়োৰে মুখত বিষ স্পষ্টকৈ দেখা গ’ল।

বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰৰ বাবে পৰিয়াল আদালতৰ বাহিৰত এই ষ্টাইলত দেখা গ’ল বলীউডৰ চেলিব্ৰিটিসকলক। বিবাহ বিচ্ছেদৰ পিছত খঙত ৰঙা হৈ আদালতৰ পৰা ওলাই আহিছিল একাংশ চেলিব্ৰিটি আৰু কিছুমানৰ মুখত অসহায়তা।

Leave A Reply