Breaking

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত জয়লাভ কৰাৰ পিছত সন্ধিয়া বিজেপিৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

0 48

মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয়ৰ পথত বিজেপি। এই পৰিবেশত দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মী আৰু সমৰ্থকসকলক সাক্ষাৎ কৰিব।

সূত্ৰ অনুসৰি, দেওবাৰে সন্ধিয়া ৬:৩০ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব।

অৱশ্যে পুৱাৰে পৰা উৎসৱমুখৰ পৰিবেশ। সন্ধিয়া প্ৰধানমন্ত্ৰী আহি পালে সেই উল্লাস বৃদ্ধি হোৱাটো নিশ্চিত। মোদীয়ে বিজয়ৰ পিছত কৰ্মকৰ্তা- সমৰ্থকসকলকো বাৰ্তা দিয়াৰ কথা আছে।

Leave A Reply