Breaking

কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ শিবিৰ

0 1,268

 অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যেগত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ২১ ডিচেম্বৰত খুুমটাাই কৃষি বিজ্ঞান কেন্দ্ৰত শুভাৰম্ভৰ হয়  । শস্য বিজ্ঞান বিভাগৰ বিজ্ঞানী কৃষ্ণাক্ষী বৰাই আঁত ধৰা অনুষ্ঠানটো শুভাৰম্ভ কৰে শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড° প্ৰসন্ন পাঠকে ।

কৃষি বিজ্ঞান কেন্দ্ৰৰ  বিজ্ঞানী ড° ভৱেশ চন্দ্ৰ ডেকা ,গোলাঘাট জিলা মহকুমা কৃষি বিষয়া কৃষ্ণ শইকীয়া ,জিলা কৃষি তথ্য বিষয়া অনুপম গগৈয়ে উপস্থিত লোক সকলক কৃষি সম্পৰ্কীয় বিভিন্ন তত্ব গধুৰ ভাষণ প্ৰদান কৰে ।

Leave A Reply