Breaking

নতুন ছবি মুক্তিৰ পূৰ্বে হালধীয়া শাৰী পৰিধানেৰে ৰাম মন্দিৰত উৰ্বশী ৰাউটেলা…

0 16

অযোধ্যাত উপস্থিত বলীউডৰ অভিনেত্ৰী উৰ্ভাশী ৰাউটেলা। ৰামলালাৰ দৰ্শন কৰিবলৈ হালধীয়া শাৰী পিন্ধি অযোধ্যা পালেগৈ অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাও কন্যা আৰু স্বামীৰ সৈতে মন্দিৰত উপস্থিত হয়। অযোধ্যা ৰাম মন্দিৰৰ পৰা বহু ফটো ভাইৰেল হৈছে অভিনেত্ৰীগৰাকীয়ে। আগন্তুক ছবিখন মুক্তিৰ পূৰ্বে ৰামলালাৰ আশীৰ্বাদ বিচাৰি অযোধ্যাত উপস্থিত হয় উৰ্বশী।


উৰ্বশী ৰাউটেলাক আগন্তুক ছবি JNU ত দেখা যাব। এই ছবিখন ২০২৪ চনৰ ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব। ছবিখন পৰিচালনা কৰিছে বিনয় শৰ্মাই আৰু প্ৰযোজক প্ৰতিমা দত্তৰ প্ৰডাকচন হাউছে। এই ছবিখনৰ পোষ্টাৰ ওলোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছে। কিছুদিন আগতে ৩ কোটি টকীয়া সোণৰ কেক এটা কাটি চৰ্চালৈ আহিছিল অভিনেত্ৰীগৰাকী।


Leave A Reply