Breaking

এআইইউডিএফ দল কেতিয়াও জিকিব নোৱাৰে নিৰ্বাচনতঃ প্ৰদ্যুৎ বৰদলৈ

0 20

‘এআইইউডিএফ দল কেতিয়াও নিৰ্বাচনত জিকিব নোৱাৰে’ কেৱল কংগ্ৰেছক পৰাভূত কৰিবৰ বাবেই বিজেপিৰে মিলি প্ৰাৰ্থিত্ব দিছে’ মুখ্যমন্ত্ৰীৰ কথা মতেই দলটোৱে উঠা-বহা কৰে’। এই মন্তব্য নগাঁৱৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।

কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লৈ বুধবাৰে ৰহাত উপস্থিত হৈ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা এজন উলমা ব্যক্তি বুলি কৈ তুলুঙা কথাত মন্তব্য নিদিও বুলি কয়। ইয়াৰ আগতে প্ৰাৰ্থীগৰাকীক ৰহা ব্লক কংগ্ৰেছে বিপুল আদৰণি জনায়।

Leave A Reply