Breaking

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলত বিশেষভাৱে অংশগ্ৰহণ কৰিব অজয় দেৱগনে! খেলত অংশগ্ৰহণ কৰাৰ কাৰণ কি জানেনে…

0 73

আজি মুম্বাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলত বিশেষভাৱে অংশগ্ৰহণ কৰিব অজয় দেৱগনে। মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি থকা ভাৰতীয় ক্ৰিকেট দলটোক উচ্চাহ কৰা হাজাৰ হাজাৰ দৰ্শকৰ ভিতৰত অজয় দেৱগনও থাকিব। একচন ছবিৰ তাৰকাগৰাকী কেৱল ভাৰতীয় ক্ৰিকেট দলটোক সমৰ্থন আগবঢ়োৱাৰ বাবেই নহয়, অহা ৩০ মাৰ্চত ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ আগন্তুক ছবি ভোলাক প্ৰচাৰৰ বাবেও আছে গোটেই টীমে অংশগ্ৰহণ কৰিব.”ভোলা ছবিৰ ট্ৰেইলাৰে দৰ্শকৰ মাজত যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছে কাৰণ ইয়াত অজয় দেৱগনৰ চৰিত্ৰটো উল্লেখনীয়।

ছবিখনত অমলা পল, ৰায় লক্ষ্মী আৰু সঞ্জয় মিশ্ৰৰ সৈতেও দেখা যাব টাবুক। ছবিখনৰ বাবে অনুৰাগীয়ে ৰৈ আছে অপেক্ষাৰে।

Leave A Reply