Breaking

অখিল গগৈৰ তীব্ৰ ক্ষোভ প্ৰকাশ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত…

0 35

অখিল গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই কাৰ্যক সম্পূৰ্ণৰূপে স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি অভিহিত কৰি কয়, “আমি ৰাইজৰ দলে কোনোপধ্যেই এই কাৰ্যক সমৰ্থন কৰিব নোৱাৰো।

তেখেতে উল্লেখ কৰে যে কেৱল এটা মানহানি গোচৰৰ অভিযোগৰ ভিত্তিত যিটো কোনো অপৰাধিক গোচৰ নহয় বা কোনো বৃহৎ দুৰ্নীতিৰ গোচৰ নহয় তেনেক্ষেত্ৰত এজন সাংসদৰ সাংসদ পদ খাৰিজ কৰাটো অভূতপূৰ্ব।

এনেকুৱা ধৰণৰ আগতে নঘটা ঘটনা সংঘটিত কৰি বিজেপি চৰকাৰে আমাৰ দেশৰ গণতন্ত্ৰক হত্যা কৰিব খুজিছে”

Leave A Reply