Breaking

৫০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ…

0 36

টুইংকল খান্নাই ৫০ বছৰ বয়সত লণ্ডনৰ গোল্ডস্মিথছ বিশ্ববিদ্যালয়ৰ এম এ সম্পূৰ্ণ কৰিলে। টুইংকলক ‘super woman’ বুলি অভিহিত অভিনেতা অক্ষয় কুমাৰৰ। ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁৰ পাঠ্যক্ৰম সম্পূৰ্ণ হৈছিল। কিন্তু ২০২৪ চনৰ ১৬ জানুৱাৰীত সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হয়, য’ত সকলো ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। এই উপলক্ষে টুইংকলক অভিনন্দন জনাই অক্ষয় কুমাৰে এটা টুইট কৰে। টুইটটোত অক্ষয়ে লিখিছে যে টুইংকলক দেখাৰ পিছত তেওঁৰো অনুশোচনা অনুভৱ হয়। তেওঁৰ অনুভৱ হয় যে তেওঁ আৰু অলপ পঢ়া হ’লে ভাল আছিল।

ব্ৰিটেইনৰ গোল্ডস্মিথ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা টুইংকল খান্নাক ‘ছুপাৰ উইমেন’ বুলি অভিহিত কৰিছে স্বামী অক্ষয় কুমাৰে।

Leave A Reply