৪ লাখ টকীয়া বেগলৈ এয়াৰপ’ৰ্টত আলিয়া ভাট…

বলীউডৰ প্ৰিয় আৰু প্ৰতিভাৱান অভিনেত্ৰী আলিয়া ভাট ফেশ্বন চেন্সৰ বাবে সদায় শিৰোনামত থাকে। শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত তেওঁক দেখা গৈছিল।

কিন্তু সকলোৱে চকু আলিয়া ভাটৰ ক’লা ৰঙৰ বেগটোলৈ। যাৰ দাম প্ৰায় ৪.১৩ লাখ টকা। আনহাতে বিনা মেক-আপেৰে আলিয়াৰ প্ৰাকৃতিক ৰূপটো সঁচাকৈয়ে প্ৰশংসনীয়।

Related Articles