কামৰূপৰ আমিনগাঁৱত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

কামৰূপৰ আমিনগাঁৱত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ।

NPS আঁচনি বাতিল কৰি OPS আঁচনি পুনৰ প্ৰৱৰ্ত্তন কৰা দাবী কৰ্মচাৰী সকলৰ।

কৰ্মচাৰী পেঞ্চন ব্যক্তিগত কোম্পানীৰ পৰিবৰ্তে চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী কৰ্মচাৰী সকলৰ

কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰী কৰ্মচাৰী সকলে।

Related Articles