Breaking

বিজেপিৰ লগত মিত্ৰতা হ’লে পূৰ্বতকৈ অধিক আসন লাগিব অগপক

0 1,260

“আমাক মিত্ৰতাৰ প্ৰয়োজন ৷ আমি মিত্ৰতাত বিশ্বাসী৷”

এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ৷

অগপৰ সভাপতি অতুল বৰাৰ অকপট স্বীকাৰোক্তি –  “অকলে আমি একো কৰিব নোৱৰো৷ আমাক মিত্ৰতা লাগিব৷”


এতিয়ালৈ মিত্ৰতাৰ প্ৰস্তাৱ দিয়া নাই বিজেপিয়ে ৷মিত্ৰতাৰ হলেও সেইয়া কি পৰ্যায়ৰ মিত্ৰতা হব সেয়াও এতিয়ালৈ স্পষ্ট হোৱা নাই৷তাৰ পূৰ্বেই এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ।

অৱশ্যে বিজেপিৰ সৈতে মিত্ৰতা  হ’লে আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ অধিক আসন বিচাৰিব অগপই৷ কিয়নো অগপৰ পূৰ্বতকৈ শক্তিশালী হৈছে ভেটি৷ এই দাবী অগপৰ সভাপতি গৰাকীৰ ।

আনহাতে, ‘কা’ সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল থকা বুলি মন্তব্য অতুল বৰাৰ ৷

Leave A Reply