March 2, 2021 অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই Share FacebookTwitterWhatsAppTelegramKooEmail কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন । অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই । চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই । ৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত । কুইপ কৰ্তৃপক্ষই মানি লৈছে আলফা(স্বাঃ)ৰ এই দাবী । Author: দৈনন্দিন বাৰ্তা Related Articles চানমাৰীৰ ‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ উপস্থিত থাকে স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা দৈনন্দিন বাৰ্তা - June 22, 2026 ব্রিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগঃ কোন হ’ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী ? দৈনন্দিন বাৰ্তা - June 22, 2026 মেলেঙৰ পুষ্পবন শিশু নিকেটন প্ৰাথমিক বিদ্যালয়ত আৰ. ডি. মটৰ্চৰ শিশু উদ্যান মুকলি দৈনন্দিন বাৰ্তা - June 22, 2026