Breaking

হায়দৰাবাদৰ শ্বুটিং চেটত আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন! উশাহ-নিশাহত কষ্ট অভিনেতাগৰাকীৰ…

0 70

হায়দৰাবাদত প্ৰজেক্ট কেৰ শ্বুটিঙৰ সময়ত অভিনেতা অমিতাভ বচ্চন আঘাতপ্ৰাপ্ত হয়। ৮০ বছৰীয়া তাৰকাগৰাকীয়ে এটা ব্লগ পোষ্টত প্ৰকাশ কৰিছে যে তেওঁ একচন শ্বটৰ চিত্ৰগ্ৰহণ কৰাৰ সময়ত চেটত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। হায়দৰাবাদত চিকিৎসা সেৱা লাভ কৰি বৰ্তমান সুস্থ হৈ উঠিছে অভিনেতাগৰাকী। বৰ্তমান উশাহ-নিশাহ লোৱাত কিছু অসুবিধা হৈছে অভিনেতাগৰাকীৰ।

বৰ্তমান অভিনেতাগৰাকীয়ে শ্বুটিং বাতিল কৰিছে আৰু তেওঁ জিৰণি লৈছে। শুভাকাংক্ষীসকলক ধন্যবাদ জনাইছে অভিনেতাগৰাকীয়ে।

Leave A Reply