July 5, 2024 আজি সাংসদ ৰূপে শপত ল’ব অমৃতপাল সিঙে… Share FacebookTwitterWhatsAppTelegramKooEmail আজি সাংসদ হিচাপে শপত ল’ব অমৃতপাল সিঙে। পুৱতিনিশা ডিব্ৰুগড় কাৰাগাৰৰ পৰা দিল্লীলৈ নিয়া হয় অমৃতপাল সিঙক। শপতগ্ৰহণৰ বাবে ৪ দিন মুকলি আকাশৰ তলত থাকিব অমৃতপাল সিং। শপতগ্ৰহণৰ পিছতে কাৰাগাৰলৈ উভতিব অমৃতপাল। Author: দৈনন্দিন বাৰ্তা Related Articles জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী দৈনন্দিন বাৰ্তা - May 4, 2026 নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয় দৈনন্দিন বাৰ্তা - May 4, 2026 অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ? দৈনন্দিন বাৰ্তা - May 4, 2026