Breaking

হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…

0 26

হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে এখনি সর্বভাৰতীয় পয্যায়ৰ চিত্রকলা প্রদৰ্শনী ২৭ এপ্রিলৰ পৰা ৩০ এপ্রিল ২০১৬ তাৰিখলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চাগুমাৰী আৰ্টিচ গ্ৰিল্ডত অনুস্থিত হৈ মায়। শিশু বিশেজ্ঞ তথা অভিনেত্রী চলচিত্র নির্মাতা ডা’ শান্তনা বৰদলৈ আৰু অসমৰ জনপ্রিয় অভিনেতা ঘোষক তথা শিল্পী কপিল বৰাই এই অনুস্থানটি শুভ উদ্বোধন কৰে।

সাত জন বিশিষ্ট আমন্ত্রিত চিত্র শিল্পীয়ে ইয়াত অংশগ্রহণ কৰে। আমিনুল হক, অতুলচন্দ্র বৰুৱা, ৰাতুল চন্দ্র গগৈ, অনুপ কুমাৰ শর্মা, শোভাকৰ লঙ্কৰ, শিৱপ্রসাদ মাৰৰ আক কমলকুমাৰ মহন্তৰ দৰে খ্যাতিসম্পন চিত্রশিল্পীয়ে অংশগ্রহণ কৰা চিত্রকলা প্রদৰ্শনীত বহুতো পেচাদাৰী চিত্রশিল্পী তথা যুৱ চিত্রশিল্পীয়ে অসমৰ বিভিন্ন প্রান্তৰ পৰা অংশ গ্রহণ কৰি সমগ্র অনুষ্ঠানটোৰ শোভা বৃদ্ধি কৰে। গোৰেশ্বৰ, নলবাৰী, বৰপেটা পাঠশালা, বঙাইগাঁও, চিৰাং, ডিব্ৰুগড়, মৰাণ, শিৱসাগৰ, ধেমাজী তথা শ্বিলঙৰ পৰা ক্রমে, শিল্পীশিক্ষা শর্মা, বন্দনা গগৈ, নিয়টি দাখন, হিষীকেশ নাথ, ডেইজী শর্মা, হিতেশ দাস, সংগীতা ৰয়, ৰাতুল বৰুৱা; গোবিন্দ মণ্ডল, বিশ্বজিত বেজবৰুৱা, উপাসনা শর্মা, পিউ দত্ত, নীলকমল কাশ্যপ, কুইন জী তালুকদাৰ, ডা’ আমিম বাহাদুৰ চাহআলম, কবিতা পাঠক, ৰশ্মি উপাধ্যায়, দর্শিক জ্যোতি পাঠক, স্নেহা পুৰকায়স্থ, সুৰজ প্রতীম সোনোৱাল, দর্শ’ শইকীয়া, সোমা ৰয়, অর্পনা চেতিয়া, গীতার্থ প্রতীম দাস, নিকুজ্যেতি ডেকা, দর্শিত চেতিয়া, তন্ময় দাস, স্বাগত দাস, ৰিয়া দেব, জুহি দাস, বন্দিতা ডেকা, অর্চনাদেৱী শর্মা, জোনমণি দাস, কুইন ৰাজখোৱা, পার্থ প্রতীম বাঢৈ, ক্রিস্টিনা মহন্ত, অম্বৰিশ ডেকা, নিলাঞ্জনা সেন, প্রযূজ্য গগৈ, জন্মদেৱ দত্ত, সুভম গগৈ, মুনসী বৈশ্য, চয়নিকা গগৈ, বর্ণিল প্রীয়ম বড়া, গৌৰব দেব, নৈহৃত তালুকদাৰ, মুৰ্চনা সোনোৱাল, হিয়ামণি দাস, অৰিজিত মণ্ডল, ধীৰাজ বসুমতাৰী, নিৰ্জ্জুমন বৰা আৰু নিবিড় গোঁহাইয়ে এই চিত্র প্ৰদর্শনীখনত অংশগ্রহণ কৰে।

Leave A Reply