May 6, 2024 আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল… Share FacebookTwitterWhatsAppTelegramKooEmail আহমেদাবাদৰ বিদ্যালয়ত সন্ত্ৰাসৰ ভাবুকি। বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকি ভৰা ই-মেইল। দিল্লী পাব্লিক স্কুল আৰু আনন্দ নিকেতনক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026