Breaking

৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল নিউজিলেণ্ডক। জাৰি কৰিছে সতৰ্কবাণী…

0 63

পুৱাৰ ভাগত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল নিউজিলেণ্ডক। জাৰি কৰিছে সতৰ্কবাণী…।সোমবাৰে পুৱা ০৮:৫৪ বজাত নিউজিলেণ্ডৰ কেৰমাডেক দ্বীপপুঞ্জত ৭.২ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয় বুলি নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে প্ৰকাশ কৰিছে।

নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি অক্ষাংশ -২৯.৯৫ আৰু দ্ৰাঘিমাংশ -১৭৮.০২ হোৱাৰ বিপৰীতে কেৰমাডেক দ্বীপপুঞ্জত ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ বুলি অনুমান কৰা হৈছে।

Leave A Reply