Breaking

মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ…

0 55

মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযান ৷

অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ, অভিযানত আটক দুজন অভিযুক্তক ৷ ২ কোটিৰো অধিক নগদ ধন জব্দ আৰক্ষীৰ ৷

দীৰ্ঘদিনে গুৱাহাটীত বাহৰ পাতি চলাই আহিছিল হাৱালা চক্ৰ, জমিৰ আহমেদৰ বাসগৃহত চলে এই অভিযান৷ অভিযুক্ত দুজন দেৱকৰণ সেন আৰু মনোজ কুমাৰ৷

Leave A Reply