Breaking

৫৭ বছৰ বয়সত শ্বাহৰুখ খানৰ নৃত্য দেখি টুইট কৰিলে আনন্দ মহিন্দ্ৰাই…

0 94


শ্বাহৰুখ খানৰ ছবি ‘জোৱান’ৰ শেহতীয়া এটি গীতে মুক্তি লাভ কৰে । গীতটিত তেওঁৰ নৃত্য দেখি ব্যৱসায়িক আনন্দ মহিন্দ্ৰা যথেষ্ট আপ্লুত হয়। বয়সৰ কথা উল্লেখ কৰি তেওঁ শ্বাহৰুখ খানক প্ৰশংসা কৰে। শেহতীয়াকৈ এই ছবিখনৰ ‘জিন্দা বান্দা’ গীতটো মুক্তি পাইছে। য’ত ৫৭ বছৰ বয়সত কিং খানৰ নৃত্য দেখি সকলোৱে আচৰিত হয়। তাকে দেখি ব্যৱসায়িক আনন্দ মহিন্দ্ৰাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ তেওঁ এই বয়সত শ্বাহৰুখ খানে কৰা এই নৃত্যৰ প্ৰশংসা কৰিছে।

আনন্দ মহিন্দ্ৰক টুইটৰ উত্তৰো দিলে কিং খানে।

অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব জৱান ছবিখনে। ​

Leave A Reply