Breaking

মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হ’লেই লাভ নকৰে আনন্দৰাম বঁটা…

0 130

মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হ’লেই লাভ নকৰে আনন্দৰাম বঁটা । ষ্টাৰ অথবা ডিচটিংচন নম্বৰ লাভ কৰিলেহে পাব আনন্দৰাম বঁটা। যিহেতু ২০০৫ চনৰ পৰা ৬০% নম্বৰ লাভ কৰা সকলো প্ৰাৰ্থীক প্ৰদান কৰা হৈছিল আনন্দৰাম বঁটা ৷

কিন্তু এইবাৰ ষ্টাৰ অথবা ডিচটিংচন নম্বৰ লাভ কৰিলেহে পাব আনন্দৰাম বঁটা। ইতিমধ্যে জিলা পৰিদৰ্শক বিষয়ালৈ প্ৰেৰণ কৰা জাননীত প্ৰকাশ পাইছে যে ৭৫% ৰ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়েহে লাভ কৰিব আনন্দৰাম বঁ‌টা৷

Leave A Reply