Breaking

ৰোডশ্ব’ৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক আক্ৰমণ…

0 11

ৰোডশ্ব’ৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক আক্ৰমণ। মূৰত আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী।

শিলাবৰ্ষণত সমীপতে থকা এগৰাকী বিধায়কো আহত। ততাতৈয়াকৈ জগন মোহন ৰেড্ডীক হাস্পতালত ভৰ্তি।

ততাতৈয়াকৈ জগন মোহন ৰেড্ডীক হাস্পতালত ভৰ্তি।

Leave A Reply