April 21, 2023 কংগ্ৰেছ দলৰ পৰা নিলম্বন অংকিতা দত্তক Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰ ভুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্য়ক্ত কৰিছে এই কথা। কিছু সময় পূৰ্বে একাংশ সংবাদ মাধ্যমত অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ খবৰ বিয়পি পৰিছিল। Author: দৈনন্দিন বাৰ্তা Related Articles চুতীয়া ছাত্ৰ নেতা নিজন্ত চুতীয়াৰ আকস্মিক বিয়োগশিক্ষামন্ত্ৰী,বিধায়ককে ধৰি বিভিন্ন জনৰ শোক প্ৰকাশ দৈনন্দিন বাৰ্তা - June 24, 2026 দিছপুৰ প্ৰেছ ক্লাবৰ ‘এই মাহৰ অতিথি’ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস দৈনন্দিন বাৰ্তা - June 24, 2026 ACS বিষয়া অৰূপ পাঠকৰ অকাল বিয়োগ দৈনন্দিন বাৰ্তা - June 24, 2026