Breaking

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা…

0 30

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ৰাজ্য কেইখন হ’ল মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰাম। নিৰ্বাচন আয়োগৰ সংবাদমেল যোগে ঘোষণা কৰে বিধানসভা নিৰ্বাচনৰ দিন।

৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভা নির্বাচন। ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত হ’ব নিৰ্বাচন। ২৩ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব নির্বাচন। ৭ নৱেম্বৰত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব নির্বাচন আনহাতে তেলেংগানাত ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব নির্বাচন।

৩ ডিচেম্বৰত ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল সমূহ।

Leave A Reply