Breaking

চাপৰ পৌৰ সভাৰ সভানেত্ৰী আৰু উপ সভাপতিৰ নাম ঘোষনা ….

0 62

চাপৰ পৌৰ সভাত শপত গ্ৰহণ অনুষ্ঠান বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষিত হল সভানেত্ৰী আৰু উপ সভাপতিৰ নাম সভাপতি হিচাপে নিৰ্বাচিত হয় বিউটি ৰায় আৰু উপ সভাপতি হিচাপে নিৰ্বাচিত হয় অৰুণ নাগ চাপৰ পৌৰ সভাৰ কক্ষত অনুষ্ঠিত হয় এই কাৰ্য্য সূচী ৮নন্বৰ ওৰ্ৱাডৰ সদস্যা শ্ৰীমতী বিউটি ৰায় সভনেত্ৰী আৰু ৫নন্বৰ ওৰ্ৱাডৰ সদস্য অৰুণ নাগক চাপৰ পৌৰ সভা খনৰ উপ-সভাপতি হিচাপে শপত বাক্য পাঠ কৰে।।

ইয়াৰ উপৰিও পৌৰ সভা খনৰ প্ৰতি গৰাকী সদস্য-সদস্যাই শপত বাক্য পাঠ কৰা দেখিবলৈ পোৱা গৈছে।। শপত গ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকে, অসম চৰকাৰৰ মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন শ্ৰীযুত অশোক কুমাৰ সিংহী, চাপৰ ৰাজহ চক্ৰ বিষয়া কবিতা ডেকা লগতে চাপৰৰ উদিয়মান সাংবাদিক উদয় আদিত্য ৰায়(বিকি)।

Leave A Reply