Breaking

ডিব্ৰুগড়ৰ কনভয় ৰো়ডত ড্ৰাগছ বিৰোধী অভিযান

0 523

ডিব্ৰুগড় সদৰ আৰক্ষীৰ বৃহৎ সাফল্য

ডিব্ৰুগড় সদৰ আৰক্ষীৰ জুটিয়া অভিযানত
ডিব্ৰুগড়ৰ কনভয় ৰো়ডত ড্ৰাগছ বিৰোধী অভিযান

গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় কণভয় ৰোডত অভিযান চলাই
3.60 গ্ৰাম ব্ৰাউন ছুগাৰ আৰু সাতটা অতিৰিক্ত 7.59 গ্ৰামৰ ব্ৰাউন চুগাৰ কণ্ট্ৰেনাৰ জব্দ।জন আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীৰ নিজ গৃহত অভিযান চলাই লোকজনকো হাটেলোটে আটক কৰিবলৈ সক্ষম হয়।

Leave A Reply