March 13, 2024 APCCৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকৰ পদত্যাগ… Share FacebookXWhatsAppTelegramKooEmail এজনৰ পাছত আন এজনে এৰিছে কংগ্ৰেছ। APCCৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকৰ পদত্যাগ। APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল মঞ্জুশ্ৰী পাঠক। Author: দৈনন্দিন বাৰ্তা Related Articles CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত আজি বিৰোধীৰ ‘দিল্লী চলো’ কাৰ্যসূচী দৈনন্দিন বাৰ্তা - November 1, 2026 আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ ১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য দৈনন্দিন বাৰ্তা - October 6, 2026 আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ দৈনন্দিন বাৰ্তা - October 3, 2026