February 9, 2021 যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত অনুমোদন Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৪ বছৰত সম্পূৰ্ণ কৰা হ’ব। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026