Breaking

আজি আদালতত হাজিৰ কৰোৱা হ’ব APSC কেলেংকাৰি বিষয়া ৱাহিদা বেগম, নন্দবাবু সিঙক…

0 39

জোৰদাৰ গতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত।

এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ।

বৃহস্পতিবাৰে SITয়ে তলব কৰিছে APS নিতুমণি দাস, APS ঋতুৰাজ দলেক। ইফালে,আজি আদালতত হাজিৰ কৰোৱা হ’ব ৱাহিদা বেগম, নন্দবাবু সিঙক।

Leave A Reply