Breaking

APSC কেলেংকাৰিক লৈ উচ্চ ন্যায়ালয়ত শপতনামা ৰাজ্য চৰকাৰৰ ! নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক…

0 46

APSC কেলেংকাৰিক লৈ উচ্চ ন্যায়ালয়ত শপতনামা ৰাজ্য চৰকাৰৰ
শপতনামা অনুসৰি কেলেংকাৰি সন্দৰ্ভত এতিয়ালৈ গ্ৰেপ্তাৰ


নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক
৪২ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিছে চৰকাৰে


বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা
২০১৩-২০১৪ বৰ্ষৰ অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ
বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা

Leave A Reply