Breaking

এপিএছছিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

0 25

এতিয়াৰে পৰা অসমীয়া ভাষাতেই লিখিব পাৰিব এ.পি.এছ.ছি পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ।শনিবাৰে এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।

অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰে পৰা অসমীয়া ভাষাতেই উত্তৰ লিখিব পাৰিব। পূৰ্বৰ নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰী গৰাকীৰ এই বৃহৎ ঘোষণা।পূৰ্বতে এ.পি.এছ.ছি ত অসমীয়া ভাষাত উত্তৰ লিখিব পৰা নাছিল কিন্তু এতিয়া পাৰিব। এ.পি.এছ.ছি প্ৰিলিমছ আৰু মেইনচ দুয়োটাতে প্ৰযোজ্য হব এই নিয়ম

অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্তন কৰা হ’ল ইংৰাজী ভাষাৰ কাকত। একেদৰে ইংৰাজী মাধ্যমৰ বাবেও অসমীয়া ভাষাৰ কাকত কৰ্তন কৰা হল।

Leave A Reply