Breaking

কিমান সুৰক্ষিত শ্ৰমিক? বিদ্যুৎ পৰিবাহী তাঁৰত লাগি পুনৰ মৃত্যু শ্ৰমিকৰ

0 74

চাৰিলেনযুক্ত ঘাইপথৰ বিদ্যুৎ খুঁটাৰ কাম কৰি থাকোতেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন শ্ৰমিকৰ ৷

শ্ৰমিকজনৰ নাম ৰামকিশোৰ, ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ৷

শ্ৰী পাৱাৰ কোম্পানীৰ অধীনত কাকজান উপ বিদ্যুৎ সংমণ্ডলৰ অধীনত চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ বিদ্যুতৰ খুটাত কাম কৰি আছিল শ্ৰমিকজনে ৷

অতি বিপদজনকভাৱে অসুৰক্ষিতভাৱে ব্যক্তিগত কোম্পানীৰ অধীনত কাম কৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Leave A Reply