ফিফা বিশ্বকাপৰ ফাইনেলত আর্জেন্টিনা।
একেৰাহে দ্বিতীয়বাৰলৈ ফুটবল বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা।
দ্বিতীয় ছেমিফাইনেলত ইংলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ।
শ্বাসৰুদ্ধকৰ মেচখনত ২-১ গ’লৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰে আৰ্জেণ্টিনাই।
দেওবাৰে মাজনিশা ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা মুখামুখি হ’ব স্পেইনৰে।
এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ দেওবাৰৰ ফিফা বিশ্বকাপ ফাইনেলৰ ওপৰত।

