Breaking

বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে বহুদিনৰ মূৰত একেলগে দেখা গ’ল অৰ্জুন-মালাইকাক…

0 21

মালাইকা অৰোৰা-অৰ্জুন কাপুৰঃ দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে। দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি চৰ্চা চলিছে। অৱশ্যে এই উৰাবাতৰিৰ মাজতো এই দম্পতীহালক কেইবাবাৰো একেলগে সময় কটোৱা দেখা গৈছে। ব্ৰেকআপৰ উৰাবাতৰিৰ মাজতে আকৌ এবাৰ দুয়োকে শনিবাৰে পুৱা একেখন গাড়ীতে মুম্বাইত দেখা গ’ল। তেওঁলোক দুয়ো একেলগে থকা ভিডিঅ’ পোহৰলৈ আহিছে। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে অৰ্জুন কাপুৰ আৰু মলাইকা গাড়ীৰ পিছৰ চিটত একেলগে বহি আছে। এই সময়ত মলাইকা অৰোৰাক বগা সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল।

এক প্ৰতিবেদন অনুসৰি চলিত মাহৰ আৰম্ভণিতে এক সূত্ৰই নিশ্চিত কৰিছিল যে মলাইকা আৰু অৰ্জুনৰ ব্ৰেকআপৰ উৰাবাতৰিৰ কোনো সত্যতা নাই।

Leave A Reply