Breaking

তামুলপুৰত কৃত্ৰিম বানপানী

0 107

তামুলপুৰত কৃত্ৰিম বানপানী। স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়ত একাঠু পানী।

একাঠু পানীৰ মাজেৰে যাব লগা হৈছে স্বাস্থ্য কেন্দ্ৰলৈ ৰোগী, চিকিৎসক, বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী।

উপযুক্ত নলাৰ অভাৱত পানীত বুৰ গৈছে স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়।

একাংশলোকে নলাসমূহ বন্ধ কৰি নলাৰ ওপৰতে দিছে দোকান।

তাৰ ফলত এনেদৰে কৃত্ৰিম বানপানীৰ কবলত পৰিছে তামুলপুৰ মহকুমা সদৰৰ স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়।

বোকা পানীৰ মাজেৰে চিকিৎসালয়লৈ আহিব লগা হৈছে ৰোগী

Leave A Reply