Breaking

I.N.D.I.A.ত আউল লগালে অৰবিন্দ কেজৰিৱালে! পঞ্জাৱত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত…

0 22

লোকসভা নিৰ্বাচনৰ পূৰ্বে I.N.D.I.A.ত আকৌ আউল।


আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৰিছে ডাঙৰ ঘোষণা।


পঞ্জাৱত আন দলক এৰি নিদিয়ে এখনো আসন।


পঞ্জাৱৰ ১৪ সংসদীয় সমষ্টিতে প্ৰাৰ্থী দিব AAP-এ।

১০-১৫ দিনৰ ভিতৰত পঞ্জাৱত আপ-এ ঘোষণা কৰিব প্ৰাৰ্থী।

Leave A Reply