June 21, 2024 আজি জামিন লাভ নকৰে অৰবিন্দ কেজৰিৱালে! Share FacebookTwitterWhatsAppTelegramKooEmail অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ। কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED। আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল। দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles চলিত বৰ্ষৰ জুন মাহত GST বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ প্ৰদৰ্শনকাৰী প্ৰধান ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ অসমৰ দৈনন্দিন বাৰ্তা - July 5, 2026 ধ্ৰুৱ ৰাঠীৰ ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ক দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিদেৰ্শ দৈনন্দিন বাৰ্তা - July 4, 2026 ভাৰতীয় ৰেলৱেত ৬,৫৫৭ পদত বৃহৎ নিযুক্তিৰ পদক্ষেপঃ যুৱ প্ৰজন্মৰ বাবে আহিছে সুবৰ্ণ সুযোগ দৈনন্দিন বাৰ্তা - July 4, 2026