Breaking

Ashmita khelo India আন্তঃমণ্ডলীয় মহিলা ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ আইছেংফা গগৈৰ

0 22

Ashmita khelo India আন্তঃমণ্ডলীয় মহিলা ভাৰোত্তোলন প্ৰতিযোগিতা (ৰাষ্ট্ৰীয়) হিমাচল প্ৰদেশৰ nagrota ত অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাত আইছেংফা গগৈয়ে ৫৫ কেজি শাখাত স্নেচ – ৬৫ কেজি, ক্লিন এণ্ড জাৰ্ক – ৮০ কেজি, মুঠ – ১৪৫ কেজি উত্তোলনেৰে যুৱ শাখাত ৰূপৰ পদক লাভ কৰে।

Leave A Reply