Breaking

এছিয়ান গেমছ ২০২৩ হকীঃ ভাৰতে ছিংগাপুৰক ১৬-১ গ’লত পৰাস্ত…

0 71

এচিয়ান গেমছত পুৰুষৰ হকীত ভাৰতৰ দ্বিতীয় জয়।

লীগত ছিংগাপুৰক ১৬-১ গলত পৰাস্ত কৰে ভাৰতে।

৪টাকৈ গ’লেৰে অধিনায়ক হৰমনপ্ৰীত সিঙৰ হেট্ৰিক অৰ্জন।

খেলখনত ভাৰতৰ ৯জনকৈ খৈলুৱৈয়ে দিয়ে গল।


ভাৰতে ছিংগাপুৰক ১৬-১ গ’লত পৰাস্ত কৰি হৰমনপ্ৰীত সিঙে চাৰিটা গ’ল দিয়ে।


হাংঝোত হেট্ৰিক অৰ্জন কৰে মনদ্বীপ সিঙে।

বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দলে ডিফেণ্ডিং চেম্পিয়ন জাপানৰ বিৰুদ্ধে খেলিব।

Leave A Reply