Breaking

এছিয়াৰ প্ৰথমগৰাকী মহিলা ইঞ্জিন পাইলট সুৰেখা যাদৱ…

0 111

এছিয়াৰ প্ৰথমগৰাকী মহিলা লোকো পাইলট সুৰেখা যাদৱে আজি মহাৰাষ্ট্ৰৰ শোলাপুৰৰ পৰা ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল (চি এছ এম টি)লৈ নতুনকৈ প্ৰৱৰ্তন কৰা অৰ্ধ-উচ্চবেগী ভাণ্ডে ভাৰত এক্সপ্ৰেছ ৰে’লখন চলোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।


সুৰেখা যাদৱ এছিয়াৰ প্ৰথমগৰাকী মহিলা ইঞ্জিন পাইলট।

Leave A Reply