Breaking

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ বৃহৎ ঘোষণা ! বৰপেটা সমষ্টিত অগপৰ প্ৰাৰ্থী হ’ব ফণীভূষণ চৌধুৰী…

0 15

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ ঘোষণা

বৰপেটা লোকসভা সমষ্টিৰ ফণীভূষণ চৌধুৰী

ধুবুৰীত জাভেদ ইছলাম

বি জে পি আৰু UPPLৰ সহযোগত খেলিব লোকসভা নিৰ্বাচন

মিত্ৰজোঁটৰ সহযোগত লোকসভা নিৰ্বাচন খেলিব

ধুবুৰীৰ বাচনিৰ সময়ত সময় লাগিছিল অসম গণ পৰিষদৰ

বৰপেটাত ৰাইজৰ বিপুল সমৰ্থন ফণীভোষণ চৌধুৰীক সমৰ্থন কৰিছে

ৰাইজৰ আশীৰ্বাদ, দলৰ সহযোগত, বি জে পি ৰ সহযোগত জয় হ’ব ভণীভোষণ চৌধুৰীৰ

আমি দুয়োখন আসনতে জয়লাভ কৰিম

দলৰ সিদ্ধান্তৰ জড়িয়তে এওঁলোকক প্ৰাৰ্থীত্ব দিয়া হৈছে

এইবাৰ ধুবুৰী সমষ্টিৰ পৰা সহযোগ পাইছোঁ।

ধুবুৰীত আমি জয় হমে।

ধুবুৰী ১০০% য়ে জয়ী হম

Leave A Reply