ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।

ৰাজ্যিক বিজেপিক সভাপতি হিচাপে নিযুক্তি দিয়া হ’ল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা।

উল্লেখ্য যে বিজেপিৰ প্ৰথম খন চৰকাৰত ভৱেশ কলিতা জলসিঞ্চন (স্বতন্ত্ৰ) মন্ত্ৰী আছিল।

Related Articles