Breaking

নগাঁৱত শিল্পীক অসম চলচিত্ৰ সমাজ, বেংক অৱ বৰোডাৰ সাহায্য

0 77

নগাঁও

লকডাউনৰ বাবে উপাৰ্জনহীন হৈ পৰা অসমৰ শিল্পীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম চলচিত্ৰ সমাজ আৰু বেংক অৱ বৰোডা। নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অভিনেতা যতীন বৰা, বিশিষ্ট ছবি পৰিচালক ড° পাৰ্থজিৎ বৰুৱা, মানস বৰুৱা, কৃষ্ণমণি নাথ আদি বহু শিল্পীৰ উপস্থিতিত বুধবাৰে ৮০গৰাকী শিল্পীক প্ৰদান কৰা হয় সাহায্য। আনহাতে পৰৱৰ্তী পৰ্যায়ত অসমৰ সকলো জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

Leave A Reply