Breaking

Mumbai Independent Film Festival ত উজলিল অসমৰ জীয়ৰী।

0 153

Mumbai Independent Film Festival ত উজলিল অসমৰ জীয়ৰী। কাহিলীপাৰা ৰ ৰাজু ডেকা আৰু বিনিতা ডেকাৰ জীয়ৰী জেশিকা ডেকাই মুম্বাইত গৈ অসমৰ বিহুক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনে। লগতে National Icon খিতাপেৰেও বিভূষিত কৰে জেশিকাক। উক্ত অনুষ্ঠানত উপস্থিত আছিল ZEE TV ৰ Kumkum Bhagya ৰ Sarala Maa (Supriya Shukla), Pragya (Sriti Jha), Prachi (Mugdha), Shrishti (Anjum) আৰু বহুতো অভিনেতা অভিনেত্ৰীৰ লগতে পৰিচালক আৰু প্ৰযোজকসকল। এই ফিল্ম festivalৰ Chairman আছিল হাৰিল শুক্লা। ৭,৮ আৰু ৯ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হৈছিল অনুষ্ঠান । এই সফলতাত সমগ্ৰ অসমবাসী গৌৰৱ অনুভৱ কৰিছে।

আজি গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ত আহি উপস্থিত হোৱাৰ লগে লগে অসম বাসী য়ে সম্বৰ্ধনা জনাই।

Leave A Reply