Breaking

অসম গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ পুলক গোহাঁ‌ইৰ

0 2,059

অসম গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰুপে বৃহস্পতিবাৰে দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে । মহানগৰীৰ জুৰোড স্থিত অসম গৃহনিৰ্মাণ পৰিষদৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে।অসম গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰুপে বৃহস্পতিবাৰে দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে । পুৰ্বে এই পদত অধিষ্ঠিত আছিল সুভাষ দত্ত । মহানগৰীৰ জুৰোড স্থিত অসম গৃহনিৰ্মাণ পৰিষদৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে । গৃহনিৰ্মাণ পৰিষদক নিকা তথা উন্নয়নমুখী কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা লোৱা হব বুলি ঘোষণা অধ্যক্ষ পুলক গোহাঁ‌ইৰ । মহানগৰীৰ জুৰোডস্থিত মুখ্য কাৰ্যলয়ত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে সংবাদকৰ্মী সকলৰ লগতে বহু বিশিষ্ট ব্যক্তি ।

Leave A Reply