Breaking

মন্ত্ৰী আৱাসত জাগীৰোড সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্যই যোগদান কৰিলে বিজেপিত

0 40

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ প্ৰতি আকৰ্ষিত হৈ দেওবাৰে চৰকাৰী মন্ত্ৰী আৱাসত জাগীৰোড সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্যই ভাৰতীয় জনতা পাৰ্টিত অনানুষ্ঠানিকভাৱে যোগদান কৰে।

ব্যক্তিসকল হৈছেঃ-

অসম জাতীয় পৰিষদৰ পৰাঃ অজিত ডেকা (সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি), দীপামণি ডেকা ( মহিলা শক্তিৰ সাধাৰণ সম্পাদক)।

কংগ্ৰেছৰ পৰাঃ ৰাইজিং বৰদলৈ, প্ৰমিছ দৰফাং, পংকজ কোঁৱৰ,ৰমেন বৰদলৈ আৰু লিমন পাটৰ।

Leave A Reply