Breaking

ঐতিহাসিক কাৰেং ঘৰৰ বাকৰিত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ উদ্যোগত মুকলি বিহু…

0 5

ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ উদ্যোগত ঊনোত্ৰিংশতম মুকলি বিহু অনুষ্ঠিত। ৰাজ্যজুৰি প্ৰতিগৰাকী অসমীয়াই পালন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি।

ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবাৰো দিনযোৰা কাৰ্য্যসূচীৰে উদ্ যাপন কৰা হয় ঊনোত্ৰিংশতম মুকলি বিহু ।

কাৰেংঘৰৰ বাকৰিত অনুষ্ঠিত এই মুকলি বিহুত লোকশিল্পী দ্বীজেন গগৈয়ে পৰিৱেশন কৰে বিভিন্ন লোকবাদ্য,লগতে কেইবাটাও হুচৰি দলে পৰিৱেশন কৰে বিহু।

Leave A Reply