Breaking

নাজিৰাত অসম আৰক্ষীৰ ফ্লেগ মাৰ্চ কাৰ্যসূচী

0 1,093

নাজিৰা মৌহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত নাজিৰা নগৰৰ আৰু নামতি অঞ্চলত ফ্লেগ মাৰ্চ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ফ্লেগ মাৰ্চ কাৰ্যসূচীত উপস্থিত আছিল নাজিৰাৰ মৌহকুমা আৰক্ষী বিষয়া শুভলক্মী দত্ত লগতে নামতি আৰু নাজিৰা আৰক্ষী থানাৰ বিষয়ববীয়া সকল।

আৰক্ষী আৰু জনসাধাৰণ মাজত সু সম্পৰ্ক অটুট ৰখাৰ লগতে আইন শৃংখলা জনিত বিষয়সমূহ যাতে নিয়ন্ত্ৰণ হৈ থাকে তাৰ বাবে এই কাৰ্যসূচী বুলি মন্তব্য কৰে মৌহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ।

Leave A Reply