আছাম ৰাইজিং( ইভেন্টে)

মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভ নামৰ দুজন সাংবাদিকে এই বছৰৰ শান্তিৰ নবেল বঁটা লাভ কৰিছে

ফিলিপাইনছৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্রি মুৰাটভে ২০২১ চনৰ শান্তিৰ নবেল বঁটা লাভ কৰিছে । দুয়োজন পেছাত সাংবাদিক, ফিলিপাইনছ আৰু ৰাছিয়াত মত প্ৰকাশৰ...

মাখিবাহাৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ দেহাৱসান

 নলবাৰী জিলাৰ  বৃহত্তৰ  মাখিবাহা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ পৰহি  মাখিবাহাৰ কুকুৰমাৰা  স্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত   মৃত্যু হোৱাত  সমগ্ৰ অঞ্চল টোতে গভীৰ শোকৰ...

টিৰাপৰ পাহাৰপুৰত পকী দলং নিৰ্মাণত অনিয়ম সংঘটিত।

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ পৰিৱৰ্তন হল, কিন্তু পৰিৱৰ্তন নহল একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ কৰ্মকাণ্ড। চৰকাৰে উন্নয়নৰ নামত আঁচনি প্ৰস্তুত কৰি পুঁজি আৱন্তন...

চৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিশেষ কাৰ্যসূচী

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ-২০২১ ৰ লগত সংগতি ৰাখি আজি একেদিনাই ৬৬৮টা অংগনবাড়ী কেন্দ্ৰত কলপুলি ৰোপণৰ এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা...

দুৰ্গা পূজা উপলক্ষে ধুবুৰীত পেলনীয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত নতুন কাপোৰ বিতৰন ৷

ধুবুৰীত শাৰদীয় দূৰ্গা পূজা উপলক্ষ্যে কল্পজোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা পেলোনিয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত অতি দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মানুহক কাপোৰ বস্ত্ৰ বিতৰণ কৰে।মাত্ৰ দুটা বা...

Popular