আছাম ৰাইজিং( ইভেন্টে)

আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন

- আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন৫১ জনীয়া নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন  জনজাতিকৰণ - পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অব্যাহত থাকিব সংগ্ৰাম -...

তুষাৰ পালৰ চুটি ছবি “যোদ্ধা” লৈ বঁটা

চেলেংহাট হেলথ্ ক্লাৱৰ দ্বাৰা নিবেদিত শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ দ্বাৰা সম্পাদিত চুটি ছবি যোদ্ধা লৈ আগবঢ়োৱা হৈছে মহান ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ  বঁটা। উল্লেখ...

গৰাখহনীয়াৰ কবলত পৰি দিশহাৰা হোৱা পৰিয়ালৰ কাষত জন প্ৰতিনিধি

বৈটামাৰী চক্ৰ বিষয়াৰ লগতে লাট মন্ডলক দেখুৱালে বাস্তব ছবিহতাশাগ্রস্ত পৰিয়ালক দিলে সহায়ৰ আশ্বাসপ্ৰায় তিনি শতাধিক দিশহাৰা হোৱা পৰিয়ালক আশ্বাস প্ৰদান কৰিলে বিধায়ক প্ৰদীপ সৰকাৰ...

আই.এ.এফ. ৮৯ তম বাৰ্ষিকীৰ বাবে সাজু

দেশক আকাশৰ উচ্চতাৰ পৰা সুৰক্ষিত কৰা ভাৰতীয় বায়ু সেনাই (ভাৰতীয় বায়ু সেনা) ৮ অক্টোবৰৰ ৮৯ তম বাৰ্ষিকী উদযাপন কৰিব। সামৰিক বিষয়া আৰু সাহসী লোকসকলেও...

ওদালগুৰিত উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন

ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড়ত ৰোৱা ৩ অক্টোবৰত  অসম উড়িয়া যুৱ ছাত্র পৰিষদ আৰু ওদালগুৰি জিলা সমিতিৰ উদ‍্যোগত হাতীগড় আঞ্চলিক সমিতি আৰু সমূহ ৰাইজৰ সহযোগত...

Popular