অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। তাৰ লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপৰে ইতিহাস ৰচনা কৰিলে লাভলিনাই।
লাভলিনাৰ এই সাফল্যত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা প্ৰদান কৰাৰ লগতে ভৱিষ্যতেই এই সফলতা অব্যাহত থাকে তাৰ কামনা কৰিছে। মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খেলুৱৈ গৰাকীক শুভেচ্ছা প্ৰগদান কৰিছে।
উল্লেখ্য যে, এই মাহত ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়ন শ্বিপটো লাভলিনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তদুপৰি, ক’ৰণা মহামাৰীৰপ বাবে পিছুৱাই দিয়া অলিম্পিক জুলাইত-আগষ্ট মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
- “শকত হৈ গৈছা “! স্বামীক সন্তুষ্ট কৰিবলৈ ৰাছিয়ান মহিলাই নিজকে অনাহাৰে ৰাখি ২২ কেজি ওজন হ্ৰাস কৰিলে! মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি…
- জাহ্নবীৰ পিছত এইবাৰ চাৰা! ভাল টোপনি নাহিব বুলি অভিনেত্ৰীসকলে কৰে আঠুৱা ‘চুৰি’ …
- মন্ত্ৰী যোগেন মহনৰ নামত ভুৱা ছিল ব্যৱহাৰ কৰি বিভিন্ন জনক প্ৰলোভন কৰাৰ অভিযোগ…
- ৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাটৰ জনঞ্জয়ে গঢ়িলে দুটাকৈ ৰেকৰ্ড…
- বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ মেধাৱী শিক্ষাৰ্থীক জলপানী প্ৰদান…
- লাহৰীঘাটৰ বহলাৰমূখ এম ই মাদ্ৰাছাত ” জনভাগিদাৰী ” তিনি দিনীয়া কাৰ্যসূচীৰ সফলতাৰে সম্পন্ন…
- আকৌ বিপদত ডনাল্ড ট্ৰাম্প কিন্তু কি কাৰণত জানক…
- নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা…
- গৰমৰ দিনত দৈ খোৱাটো স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয় জানক…